ৰাজ্য জয়ৰ লোভত ঈশ্বৰৰ সৃষ্টি ধ্বংস কৰিবলৈ ওলাইছিলো! ঈশ্বৰে নসহিলে ৷ সহিব নো কিয়? সামান্য নৰ মনিচে পাহাৰ খহাই পেলাব? মানুহৰ ইমান অহংকাৰ?? -পথালিফোঁটাক বিশ্বাস নকৰিবি ৷ জোঙা ঢোল বজাই…
Author: admin
অৰ্কজা, মাতৃ মেৰী আৰু এটি স্তৱক-মহাশ্বেতা শৰ্মা
(“কথা-কাঞ্চন”ৰ গল্প প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰপ্ৰাপ্ত ।) এক সুমধুৰ সুৰ ভাঁহি আহিছে। যেন এটা গীত। গীতটোৰ কথা বৰ অস্পষ্ট, কি বা গাইছে ঠিক ধৰিব নোৱাৰি। খেলি মেলিকৈ কেইবাটাও মাত । এবাৰ…
ত্ৰিশংকু-পাৰ্থপ্ৰতিম বৰা
বত্ৰিশ ইঞ্চিৰ মনিটৰটোত প্ৰকাণ্ড এক্সেল শ্চিট এখন খুলি লৈ বৰুৱা বহি আছে। কাষৰ চকীখনতে একেটা কম্পিউটাৰৰ মনিটৰত চকু ফুৰাই বহি আছে মধ্যপ্ৰদেশৰ সহকৰ্মী অল্পেশ কুমাৰ। অফিচৰ বৰমুৰীয়াজনৰ নিৰ্দেশমতে সংশ্লিষ্ট মন্ত্ৰণালয়লৈ…
ভেকচিন -ড° ৰীতি কৌশিক
“আমাৰ ভেকচিনৰ গৱেষণা হিউমেন ট্ৰায়েলৰ চতুৰ্থ পৰ্য্যায়লৈ আগবাঢ়িছে ৷ অতি বেছি মিউটেছন বা পৰিৱৰ্তন হৈ থকা ভাইৰাছবিধক পৰাস্ত কৰা সহজ নাছিল বা এতিয়াও সহজ নহয়, ষ্টিল আফটাৰ 22 মন্থচ্ উই…
‘কাৰ্মেলিন’ৰ কথাৰে :মীনাক্ষী বৰুৱা
সাহিত্য অকাদেমি বঁটা প্ৰাপ্ত কোঙ্কনী লেখক দামোদৰ মাওজোৰ “কাৰ্মেলিন” এখন উপভোগ্য উপন্যাস । অসমীয়া ভাষালৈ উপন্যাসখন অনুবাদ কৰিছে কৰবী ডেকা হাজৰিকাই । এই উপন্যাসখনৰ বাবে মাওজোয়ে ১৯৮৩ চনত সাহিত্য অকাদেমিৰ…