ই-কলম অসমৰ লক্ষ্য আৰু উদ্দেশ্য(Our mission and vision)

আমাৰ উদেশ্য: লেখকসকলক মুকলিমনেৰে লিখিবৰ বাবে এখন উমৈহতীয়া ডিজিটেল মঞ্চৰ তৈয়াৰ কৰি পেচাদাৰী লেখক সৃষ্টি কৰা আৰু অসমীয়া ভাষাক বিশ্ব দৰবাৰলৈ লৈ যোৱা। আমাৰ লক্ষ্য: – পঢ়ুৱৈক নতুনত্বৰ সোৱাদেৰে আনন্দ…