মূল (হিন্দী)-কেদাৰনাথ সিং অনুবাদ– প্ৰাঞ্জল কুমাৰ লাহন আজি পুৱাৰ খবৰ কাকতত এটা সৰু খবৰ আছিল যে যোৱাৰাতি চহৰলৈ আহিছিল বাঘ কোনোৱে তাক দেখা নাছিল আন্ধাৰত শুনা নাছিল কোনোৱে তাৰ খোজৰ…
Category: কবিতা
মানুহবোৰ মানুহ হৈ থাকক-জগত গগৈ
কেতিয়াবা জীৱনৰ পোন বাটেৰে কেতিয়াবা পংকময় সৰ্পিল পথেৰে মানুহবোৰ অহা-যোৱা কৰে আপোনাৰ-মোৰ এই চিনাকি কিম্বা অচিনাকি পথেৰে… যি পথত ৰৈ থাকে কাৰোবাৰ বাবে মুঠি মুঠি আশা আৰু বহু উজ্জ্বল সম্ভাৱনা…
মই নিয়ৰৰ নীৰৱতাত খোজ পেলাইছোঁ-বংশী বৰা
আজিকালি মই নিজৰ ছাঁটোত ভৰিখন থ’বলৈকো ভয় কৰোঁ এন্ধাৰতে খিলখিলাই হাঁহে ছাঁটোৱে কি ভয়াৱহ! নিকটাই লোৱা দাঁতবোৰ আকৌ ভাবোঁ ক’ত ভৰি থ’বা কপালৰ ঘামত পিছল খাবা পেটৰ কল্মলনি শুনিবা নিয়ৰৰ…
খং আৰু দুখ বিষয়ক:দাদুল দেৱকৃষ্ণ বৰুৱা
আয়ে কয়— খং উঠিলে মাটিলৈ চাবি পিতায়ে কয়— দুখ লাগিলে তৰা গণিবি আজিকালি লগত খংটো থাকেই আজিকালি দুখ এটা কলিজাত শিপায়েই কিমানবাৰ মাটিলৈ চাইছোঁ জামৰা নাই মৈত উঠা খং কিমান…