প্রতিযোগিতামূলক পৰীক্ষা আৰু ছাত্র-ছাত্রীৰ প্রস্তুতি- ড° বুলজিৎ বুঢ়াগোহাঁই

সৰ্বভাৰতীয় পৰ্যায়ৰ প্রতিযোগিতামূলক পৰীক্ষাসমূহত অন্যান্য ৰাজ্যৰ তুলনাত অসমৰ ছাত্র-ছাত্রীৰ উত্তীৰ্ণ হাৰ সাধাৰণতে কম হোৱা পৰিলক্ষিত হয়। প্রতিযোগিতামূলক পৰীক্ষাসমূহত উত্তীৰ্ণ হ’ব পৰাকৈ মেধাৱী হোৱা সত্বেও ছাত্র-ছাত্রী সকল সঠিক ৰূপত প্রস্তুত নোহোৱাৰ…