১] মোৰ মন যায় পথিক হ’বলৈ। কিন্তু মইতো নাজানো কিমান দূৰ খোজকাঢ়ি গ’লে এজন একান্ত পথিক পোৱা যায়। ২] যাত্ৰাৰম্ভতেই লিখি ল’লা কপালত বিদায়ৰ সুৰীয়া চনদ। তোমাৰ চাদৰৰ আঁচলত বন্ধা…
Category: ভাৱ বল্লৰী
অনুভৱ সম্পৰ্কীয় লেখাসমূহ
ভাব বল্লৰী-পুণ্য শইকীয়া
( ১ ) ঋতুৱে পঞ্জিকা অনুসৰণ কৰেনে ? বসন্তই দিনপঞ্জী লিখেনে ? পিছ দুৱাৰেদি প্ৰস্থানোদ্যত শীতক বসন্তয়েতো পলাশৰ ৰক্তিম পতাকা জোকাৰি বিদায় অভিবাদন জনায়। ঠিক সময়তেই সৰি পৰে প্ৰকৃতিৰ জীৰ্ণ গাত্ৰাভৰণ। প্ৰকৃতিয়ে ক’ত লিখি…