স্মৃতিৰ পৰশ আৰু ব্ৰজেন বৰুৱা-উৎপল দত্ত

ভালেকেইটি কাৰণত ‘স্মৃতিৰ পৰশ’ ছবিখন অসমীয়া ছবিৰ ইতিহাসৰ এখন গুৰুত্বপূৰ্ণ ছবি৷ ছবিখনৰ পৰিচালক আছিল নিপ বৰুৱা৷ বৰুৱা ভ্ৰাতৃসকলৰ ভিতৰত নিপ বৰুৱা আছিল বহুমুখী প্ৰতিভাৰ গৰাকী৷ একাধিক ক্ষেত্ৰত তেওঁ আছিল দক্ষ৷…

ভাব বল্লৰী-পুণ্য শইকীয়া

( ১ ) ঋতুৱে পঞ্জিকা অনুসৰণ কৰেনে ? বসন্তই দিনপঞ্জী লিখেনে ? পিছ দুৱাৰেদি প্ৰস্থানোদ্যত শীতক বসন্তয়েতো পলাশৰ ৰক্তিম পতাকা জোকাৰি বিদায় অভিবাদন জনায়। ঠিক সময়তেই সৰি পৰে প্ৰকৃতিৰ জীৰ্ণ গাত্ৰাভৰণ। প্ৰকৃতিয়ে ক’ত লিখি…