কথা-কাঞ্চন – ডিচেম্বৰ’ ২০ (Assamese E-Magazine)

কথা-কাঞ্চন – স্বাস্থ্য বিশেষ স্বাস্থ্যই পৰম ধন’ কথাষাৰৰ সত্যাসত্যতাৰ বিশ্লেষণেৰে সৈতে স্বাস্থ্য সম্পৰ্কীয় উল্লেখযোগ্য কিছু তথ্য সন্নিবিষ্ট “কথা-কাঞ্চন”ৰ প্ৰথম বছৰৰ তৃতীয় সংখ্যা এতিয়া আপোনাৰ হাতত !

mostbet

পক্ষাঘাত(Paksaghat) বা হেমিপ্লেজীয়া(Hemiplegia)

ডাঃকৰবী হাজৰিকা চৌধুৰী                        পক্ষাঘাত(Paksaghat) বা হেমিপ্লেজীয়া(Hemiplegia)একপ্ৰকাৰৰ স্নায়ুজনীতৰোগ।এই ৰোগত আক্ৰান্ত ব্যক্তিজনৰ শৰীৰৰ সোঁ বা বাওঁফাল অৰ্থাৎ একাংগী বা সম্পূৰ্ণ অংগ স্পৰ্শৰহিত হয়,যথৰ হয়, দেহাৰ কোনো অংগ সঞ্চালন শক্তি লোপ পোৱা,অক্ষমতা…

কোভিড-১৯ আৰু মানসিক চাপ

ডা: শিখা শৰ্মা বৰ্তমান আমি সকলোৱে এটি জটিল পৰিস্থিতিৰ মাজেৰে সময় পাৰ কৰিছো। যোৱা ডিচেম্বৰমাহত চীন দেশত আৰম্ভ হোৱা কোভিড ১৯ ৰোগটিয়ে সমগ্র বিশ্বতে এক অভাৱনীয়পৰিস্থিতিৰ সৃষ্টি কৰিছে। পৃথিবীত এতিয়ালৈ…

স্নায়বিকদুৰ্বলতা হ্রাসত খাদ্যৰ ভূমিকা

Dt দ্বীপশিখা দেৱচৌধুৰী (Dietician) পৌষ্টিক আহাৰে আমাৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা বৃদ্ধি কৰে। প্ৰটিন(Protein),কাৰ্বহাইড্ৰেট(Carbohydrate), তেল(Fat), ভিটামিন(Vitamin) আৰু মিনাৰেল (Mineral) আদি থকা খাদ্যকে পৌষ্টিক আহাৰ বুলি কোৱা হয়।আমি প্ৰতিটো খাদ্য…

পেটৰ ভিতৰত জীয়া শ’ল মাছ

 -অশোক কুমাৰ নাথ ৰত্নেশ্বৰ হাজৰিকা সেই অঞ্চলত কলীয়া বেজ নামেৰে জনাজাত। তেওঁৰ বেজালিৰ চোক দেখি ডাঙৰ ডাঙৰ ডাক্তৰেও হেনো তবধ মানে। চিঞৰি-বাখৰি আমতলা গাঁৱৰ এদল মানুহে পিটৌকণক কলীয়া বেজৰ কাষলৈ…