আমাৰ সেৱাসমূহ (Our Services)

আমাৰ সেৱাসমূহ:

বৰ্তমান যুগটো হৈছে ডিজিটেল পৃথিৱীত প্ৰৱেশ কৰাৰ সময় আৰু সেয়ে এই সময় হৈছে আমি আমাৰ লেখাসমূহ কাগজবিহীন ছপা মাধ্যমলৈ লৈ যোৱা। সেয়ে আমি আপোনলোকৰ ওচৰলৈ আহিছোঁ, যাতে আপোনালোকক দিব পাৰোঁ এখন ডিজিটেল প্লেটফৰ্ম অৰ্থাৎ, 

১. ই-বুক ২. ই-মেগাজিন 

ডিজিটেল ছপা মাধ্যমৰ লাভসমূহ এনেধৰণৰ – 

১. কম বিনিয়োগ বেছি গ্ৰাহক।

২. কম সময় খৰছ।

৩. সহজে প্ৰকাশ কৰিব পাৰি।

৪. সহজে ক্ৰয়-বিক্ৰয় কৰা

৫. ষ্টক ৰাখিবৰ বাবে কোনো ঠাই নালাগে।

৬. বেছি গ্ৰাহকৰ ওচৰলৈ সহজে নিব পাৰি।

৭. নিয়মিত ৰাজহ প্ৰাপ্তি।

৮. বিশ্বৰ সকলো ঠাইতে উপলব্ধ হʼব।

৯. প্ৰদুষণ ৰোধ কৰাত সহায় হ’ব।

Our Service:

Purpose: Go Green Go Digital

It’s the time to explore the Digital Worldthe time to expand your writing skill in Paperless Print Media
So we are here to help you!!!!

How? By converting your content to

  1. E-book 2. E-magazine

Advantages of Digital Print Media:

  1. Low Investment
  2. Less Time Consumption
  3. Easy to Publish
  4. Easy to transfer (sell/ buy)
  5. Easy to Store
  6. Zero Physical Stock
  7. Zero Physical Space
  8. More Viewer
  9. More regular Revenue
  10. Access anywhere from the World