কথা-কাঞ্চনৰ জন্মকথা

পুষ্পৰ দৰে শোভন আৰু স্বৰ্ণৰ দৰে মূল্যৱান কথাবোৰ বান্ধি ৰখাৰ প্ৰয়াস জাগিল হঠাতে। বাখৰ খটোৱা সোণগুটি আখৰবোৰক আন্তঃজালত সংহিত কৰাৰ এই প্ৰচেষ্টা আমাৰ বাবে এক দুঃসাহস বুলিবই পাৰি। আইৰ মুখেৰে…