সপোনে শুবলৈ নিদিয়া মানুহৰ জীয়া কথাবোৰ-ডঃ ময়ূৰী শইকীয়া

বিভিন্ন প্ৰতিবন্ধকতা অতিক্ৰম কৰি জীৱনলৈ সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হোৱা মানুহবোৰ সমাজৰ সকলো শ্ৰেণীৰ মানুহৰ বাবে প্ৰেৰণাৰ উৎস। পৃথিৱীৰ বিভিন্ন প্ৰান্তত এনে বহু মানুহ আছে যিসকলৰ জীৱন কাহিনীয়ে সপোন দেখিবলৈ…