পৰীক্ষাঃ এখন সময়োপযোগী কথাছবি:ঈশান জ্যোতি বৰা

বহুধাবিভক্ত আমাৰ ভাৰতীয় সমাজত পৰীক্ষা-কেন্দ্ৰিক আলোচনাবোৰ কেৱল এটা শ্ৰেণীৰ পৰা আন এটা শ্ৰেণীলৈ উত্তীৰ্ণ হৈ যোৱাৰ এডাল পৰম্পৰাগত মাপকাঁঠি বা সাঁকো হৈয়েই থকা নাই৷ বৰঞ্চ শ্ৰেণীকোঠাৰ সৰু কোঠালি এটাত সৃষ্টি…