কুঁহিহঁতৰ সৰু চহৰখনলৈ গ্ৰন্থমেলা এখন আহিছে। এইলৈ সিহঁতৰ চহৰখনক মৃদু উত্তেজনা এটাই জোকাৰি আছে। সিহঁতৰ এই সৰু চহৰখন বৃহৎ বৃহৎ অট্টালিকাৰে পৰিৱেস্তিত নহ’ব পাৰে কিন্তু বৌদ্ধিক দিশত চহৰখন অত্যন্ত আগবঢ়া।…
Author: admin
কওঁতে বা লিখোঁতে সততে কৰা কেতবোৰ সৰু সৰু ভুল-ভৰত সন্দিকৈ
আমি অসমীয়া মানুহ। অসমীয়া আমাৰ মাতৃভাষা। সেইবাবে আমাৰ এটা ধাৰণা আছে যে অসমীয়া ভাষা ক’বলৈ বা লিখিবলৈ আমাৰ কিনো সমস্যা হ’ব পাৰে? ই দেখোন আমাৰ মাতৃভাষাই। এনেধৰণৰ ধাৰণা এটা আমাৰ…
অলেখ তাৰকাৰ আলেখলেখ: ড° দুলাল চন্দ্ৰ মহন্ত
আকাশৰ অতুলনীয় সৌন্দৰ্য আৰু সীমাহীন ৰহস্যই মানুহক সদায় আকৰ্ষিত কৰি আহিছে৷ এনে লাগে আকাশৰ বিশালতাৰ তুলনাত আমাৰ ভৌতিক অৱস্থিতিৰ কি গুৰুত্ব আছে? প্ৰসংগক্ৰমে আমাৰ প্ৰিয় সাহিত্যিক ড° ভৱেন্দ্ৰ নাথ শইকীয়াৰ…
অসমীয়া নাৰী সমাজত লোকগীতৰ প্ৰাধান্য- দিগন্ত বৈশ্য
অসমীয়া লিখিত তথা পৰিমাৰ্জিত সাহিত্য সৃষ্টি হোৱাৰ পূৰ্বে অসমীয়া লোক-সাহিত্যৰ জন্ম হৈছিল৷ লোক-জীৱনৰ প্ৰতিফলন ঘটে লোক সাহিত্যত৷ কিন্তু এই লোক-সাহিত্যৰ সৃষ্টিকৰ্তা কোন তাক স্পষ্টকৈ ক’ব পৰা নাযায়৷ তথাপি…
#লিকলিকি (২য় খণ্ড) -গীতাৰ্থী গোস্বামী
ঘৰ নামৰ ইকৰাৰে ঘেৰা বাকচটোৰ ভিতৰৰ মানুহবোৰৰ মনবোৰ সেমেকি থাকে। প্ৰখৰ ৰ’দেও শুকুৱাব নোৱাৰা দুখৰ শেলায়ে ঘেৰি থাকে সকলোকে। চুখেনক দেখিলে গাঁওখনৰ মানুহবোৰৰো মনত অজান বেজাৰে খেলা কৰে।…