অনুগল্প সমগ্ৰ-ৰশ্মি দেৱচৌধুৰী

ৰঙা ছাতি নেৰানেপেৰা বৰষুণে  এইকেইদিন মানুহক আমনি লগাইছে। বেচৰকাৰী স্কুলত চকিদাৰ হিচাপে কাম কৰা হৰিৰ জীয়ৰী মৃদুয়ে ৰাতিপুৱাৰ পৰাই চিঞৰ বাখৰ কৰি আছে- “এই পুৰণি ফটা কলা ছাতিটো মই আৰু…

অংগৰাগৰ এক উৎকৃষ্ট প্ৰাকৃতিক উপাদান: ছালকুঁৱৰী বা ঘৃতকুমাৰী (এলোভেৰা)৷

এলোভেৰা বা ছালকুঁৱৰীৰ ব্যৱহাৰ ভাৰতীয় নাৰীৰ  ৰূপচৰ্চাত অতীজৰে পৰা ব্যৱহাৰ হৈ আহিছে। ইয়াক ঘৃতকুমাৰী বুলিও জনা যায় ৷ এলোভেৰাৰ মঙহাল পাতৰ বীজল পদাৰ্থ ভিটামিন ‘এ’, ভিটামিন ‘চি’ আৰু ভিটামিন ‘ই’…

কোনাৰ্ক সূৰ্য মন্দিৰ

কোনাৰ্ক সূৰ্য  মন্দিৰ উৰিষ্যাৰ কোনাৰ্ক নামৰ সাগৰৰ পাৰৰ ঠাইখনত অৱস্থিত। মন্দিৰটো ১২৫০ খ্ৰীষ্টপূৰ্বত ৰজা নৰসিংহদেৱ – ১ৰ শাসন কালত বনোৱা হৈছিল। ১০০ ফুট (এসময়ত ২০০ ফুটৰ আছিল) উচ্চতাৰ মন্দিৰটো সূৰ্য…

দেশ- বিদেশে ভিন্ন দৃষ্টিৰে: লʼথাল-পাপৰি দত্ত

“লʼথাল” ! নামেই যাৰ পৰিচয় ৷ বুৰঞ্জীপ্ৰসিদ্ধ এই ল’থাল  হৈছে আহমেদাবাদৰ পৰা মাত্ৰ ৮০ কিলোমিটাৰ দূৰৈত থকা এখন পৌৰাণিক চহৰ, যʼত হৰাপ্পা সভ্যতাৰ ভগ্নাৱশেষ পোৱা গৈছিল । ভাৰতবৰ্ষই স্বাধীনতা লাভ…

ভাব বল্লৰী-পুণ্য শইকীয়া

( ১ ) ঋতুৱে পঞ্জিকা অনুসৰণ কৰেনে ? বসন্তই দিনপঞ্জী লিখেনে ? পিছ দুৱাৰেদি প্ৰস্থানোদ্যত শীতক বসন্তয়েতো পলাশৰ ৰক্তিম পতাকা জোকাৰি বিদায় অভিবাদন জনায়। ঠিক সময়তেই সৰি পৰে প্ৰকৃতিৰ জীৰ্ণ গাত্ৰাভৰণ। প্ৰকৃতিয়ে ক’ত লিখি…