ছামাৰা-ডঃ বিকাশ বৰুৱা

উইণ্ডাৰৰ ছোৱালী ছামাৰাক প্ৰথমবাৰ লগ পাইছিলোঁ টৰ’ণ্টত৷ উইণ্ডাৰৰ পৰা ডেট্ৰইট বেছি দূৰ নহয়৷ মাজত মাত্ৰ এখন নদী৷ সিপাৰে কানাডা এইপাৰে আমেৰিকা৷ এইবাৰ আমি ডেট্ৰইটতে আছোঁ বুলি শুনি দেওবাৰে পুৱাই পাই…

pin up pinup

সম্পাদকীয়

সময় পৰিৱৰ্তনশীল৷ সময় গতিশীল৷ সময়ৰ সোঁতত সকলো পৰিৱৰ্তন হোৱাটো অৱশ্যম্ভাৱী৷ স্বৰাজোত্তৰ কালৰ পৰা একবিংশ শতিকা পৰ্যন্ত, শিক্ষাবিদ আৰু পণ্ডিতসকলে ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাটোৰ ওপৰত যথেষ্ট চিন্তা চৰ্চা কৰি থকা দেখা গৈছে৷ চলিত…

অনুবাদ কবিতা : আহিছিল বাঘ

মূল (হিন্দী)-কেদাৰনাথ সিং  অনুবাদ– প্ৰাঞ্জল কুমাৰ লাহন  আজি পুৱাৰ খবৰ কাকতত  এটা সৰু খবৰ আছিল  যে যোৱাৰাতি চহৰলৈ  আহিছিল বাঘ  কোনোৱে তাক দেখা নাছিল আন্ধাৰত শুনা নাছিল কোনোৱে তাৰ খোজৰ…

মানুহবোৰ মানুহ হৈ থাকক-জগত গগৈ

কেতিয়াবা জীৱনৰ পোন বাটেৰে কেতিয়াবা পংকময় সৰ্পিল পথেৰে মানুহবোৰ অহা-যোৱা কৰে আপোনাৰ-মোৰ এই চিনাকি কিম্বা অচিনাকি পথেৰে… যি পথত ৰৈ থাকে কাৰোবাৰ বাবে মুঠি মুঠি আশা আৰু বহু উজ্জ্বল সম্ভাৱনা…

প্রতিযোগিতামূলক পৰীক্ষা আৰু ছাত্র-ছাত্রীৰ প্রস্তুতি- ড° বুলজিৎ বুঢ়াগোহাঁই

সৰ্বভাৰতীয় পৰ্যায়ৰ প্রতিযোগিতামূলক পৰীক্ষাসমূহত অন্যান্য ৰাজ্যৰ তুলনাত অসমৰ ছাত্র-ছাত্রীৰ উত্তীৰ্ণ হাৰ সাধাৰণতে কম হোৱা পৰিলক্ষিত হয়। প্রতিযোগিতামূলক পৰীক্ষাসমূহত উত্তীৰ্ণ হ’ব পৰাকৈ মেধাৱী হোৱা সত্বেও ছাত্র-ছাত্রী সকল সঠিক ৰূপত প্রস্তুত নোহোৱাৰ…