ভাব বল্লৰী – পুণ্য শইকীয়া

১] মোৰ মন যায় পথিক হ’বলৈ।  কিন্তু মইতো নাজানো কিমান দূৰ খোজকাঢ়ি গ’লে  এজন একান্ত পথিক পোৱা যায়।  ২] যাত্ৰাৰম্ভতেই লিখি ল’লা কপালত বিদায়ৰ সুৰীয়া চনদ।  তোমাৰ চাদৰৰ আঁচলত বন্ধা…

pin up pinup

মই নিয়ৰৰ নীৰৱতাত খোজ পেলাইছোঁ-বংশী বৰা

আজিকালি মই নিজৰ ছাঁটোত ভৰিখন থ’বলৈকো ভয় কৰোঁ  এন্ধাৰতে খিলখিলাই হাঁহে ছাঁটোৱে কি ভয়াৱহ! নিকটাই লোৱা দাঁতবোৰ  আকৌ ভাবোঁ  ক’ত ভৰি থ’বা  কপালৰ ঘামত পিছল খাবা  পেটৰ কল্‌মলনি শুনিবা  নিয়ৰৰ…

সাম্প্ৰতিক ঘটনা-প্ৰবাহ

(সংগ্ৰহ:মল্লিকা কলিতা) ১)  আমেৰিকাৰ প্ৰখ্যাত  কবি লুইছ গ্লুকলৈ এই বছৰৰ সাহিত্যৰ নোবেল বঁটা আগবঢ়োৱা হৈছে স্পষ্ট আৰু আপোচবিহীন কৰ্মৰাজিৰ বাবে। গ্লুকৰ প্ৰকাশিত কাব্য-১২। মাৰ্কিন কবিতাক গতিশীল কৰিছে লুইজিয়ে। ২) বিশিষ্ট …

কামেং নৈৰ পাৰে পাৰে – হেমন্ত ভট্টাচাৰ্য

 ১৯৯৮ চনৰ ডিচেম্বৰ  মাহৰ পাঁচ তাৰিখে আমি চাৰিজন বন্ধু ৰণ বৰুৱা,  সঞ্জীৱ বৰুৱা,  তন্ময় বৰা আৰু মই টাৱাঙলৈ গৈছিলোঁ।সেই সময়ত টাৱাঙ আজিৰ দৰে বিখ্যাত পৰ্যটক  ঠাই  হোৱা নাছিল। আমাৰ বহুতেই…

কুঁহিৰ পুথিভঁৰাল-মাখনী গোস্বামী শৰ্মা

কুঁহিহঁতৰ সৰু চহৰখনলৈ গ্ৰন্থমেলা এখন আহিছে। এইলৈ সিহঁতৰ চহৰখনক মৃদু উত্তেজনা এটাই জোকাৰি আছে। সিহঁতৰ এই সৰু চহৰখন বৃহৎ বৃহৎ অট্টালিকাৰে পৰিৱেস্তিত নহ’ব পাৰে কিন্তু বৌদ্ধিক দিশত চহৰখন অত্যন্ত আগবঢ়া।…