কভিড-১৯: ড° মিতালী বৰুৱা

কভিড-১৯ , SARS COV-2 নামৰ এবিধ ভাইৰাছএ সৃষ্টি কৰা এটা নতুন ৰোগ। যোৱা ডিচেম্বৰ মাহত চীনৰ য়ুহান প্ৰদেশত হোৱা মহামাৰীত ইয়াক চিনাক্ত কৰা হয় আৰু ভাইৰাছ বিধৰ নাম দিয়া হয়…

‘দৈনিক অসম’ত ‘কথা-কাঞ্চন’

অসমীয়া কল্পবিজ্ঞান সাহিত্যঃ এটি অৱলোকন-সত্যেন্দ্ৰ বৰদলৈ

বিজ্ঞানৰ তত্ত্ব আৰু তথ্যক সাহিত্যৰ সৌন্দৰ্য প্ৰদান কৰি সাধাৰণ পাঠকক বিজ্ঞানৰ জ্ঞান প্ৰদান আৰু বিজ্ঞান-মানসিকতা গঢ়ি তুলিবলৈ যত্ন কৰা সাহিত্যকে সাধাৰণ অৰ্থত বিজ্ঞান সাহিত্য বোলা হয়৷ বিজ্ঞান সাহিত্যক প্ৰধানকৈ দুটা…

সোণপানী চৰোৱা সময়: অত্ৰেয়ী গোস্বামী

(কথা-কাঞ্চনৰ সাহিত্য প্ৰতিযোগিতাৰ কবিতাৰ শিতানত প্ৰথম পুৰস্কাৰ প্ৰাপ্ত) সময়ৰ হিচাপ বেহিচাপ সকলো অৰ্থহীন৷ সঁচা কেৱল সময়ৰ দাগ সময়ৰ চোক৷ সময় এক অজুহাত সময়ৰ বোকোচাত  থাকে স্মৃতিৰ দুহাত৷ তাত এটা পোটনি…

এয়া অনাদিকালৰ . . . .কবি- গ্ৰেচ ৰামছে

আৰু মানুহবিলাক ঘৰতে আছিলআৰু কিতাপ পঢ়িছিলআৰু শুনিছিলআৰু তেওঁলোকে জিৰণি লৈছিলআৰু শৰীৰচৰ্চা কৰিছিলআৰু কলা সাহিত্যৰ চৰ্চা কৰিছিল আৰু খেলিছিলআৰু জীয়াই থকাৰ নতুন কৌশল উদ্ভাৱন কৰিছিলআৰু খন্তেক থমকি ৰৈ শুনিছিলখুব গভীৰতাৰেকিছুমানে যোগব্যায়াম…