ৰঙা ছাতি নেৰানেপেৰা বৰষুণে এইকেইদিন মানুহক আমনি লগাইছে। বেচৰকাৰী স্কুলত চকিদাৰ হিচাপে কাম কৰা হৰিৰ জীয়ৰী মৃদুয়ে ৰাতিপুৱাৰ পৰাই চিঞৰ বাখৰ কৰি আছে- “এই পুৰণি ফটা কলা ছাতিটো মই আৰু…
অংগৰাগৰ এক উৎকৃষ্ট প্ৰাকৃতিক উপাদান: ছালকুঁৱৰী বা ঘৃতকুমাৰী (এলোভেৰা)৷
এলোভেৰা বা ছালকুঁৱৰীৰ ব্যৱহাৰ ভাৰতীয় নাৰীৰ ৰূপচৰ্চাত অতীজৰে পৰা ব্যৱহাৰ হৈ আহিছে। ইয়াক ঘৃতকুমাৰী বুলিও জনা যায় ৷ এলোভেৰাৰ মঙহাল পাতৰ বীজল পদাৰ্থ ভিটামিন ‘এ’, ভিটামিন ‘চি’ আৰু ভিটামিন ‘ই’…
কোনাৰ্ক সূৰ্য মন্দিৰ
কোনাৰ্ক সূৰ্য মন্দিৰ উৰিষ্যাৰ কোনাৰ্ক নামৰ সাগৰৰ পাৰৰ ঠাইখনত অৱস্থিত। মন্দিৰটো ১২৫০ খ্ৰীষ্টপূৰ্বত ৰজা নৰসিংহদেৱ – ১ৰ শাসন কালত বনোৱা হৈছিল। ১০০ ফুট (এসময়ত ২০০ ফুটৰ আছিল) উচ্চতাৰ মন্দিৰটো সূৰ্য…
দেশ- বিদেশে ভিন্ন দৃষ্টিৰে: লʼথাল-পাপৰি দত্ত
“লʼথাল” ! নামেই যাৰ পৰিচয় ৷ বুৰঞ্জীপ্ৰসিদ্ধ এই ল’থাল হৈছে আহমেদাবাদৰ পৰা মাত্ৰ ৮০ কিলোমিটাৰ দূৰৈত থকা এখন পৌৰাণিক চহৰ, যʼত হৰাপ্পা সভ্যতাৰ ভগ্নাৱশেষ পোৱা গৈছিল । ভাৰতবৰ্ষই স্বাধীনতা লাভ…
ভাব বল্লৰী-পুণ্য শইকীয়া
( ১ ) ঋতুৱে পঞ্জিকা অনুসৰণ কৰেনে ? বসন্তই দিনপঞ্জী লিখেনে ? পিছ দুৱাৰেদি প্ৰস্থানোদ্যত শীতক বসন্তয়েতো পলাশৰ ৰক্তিম পতাকা জোকাৰি বিদায় অভিবাদন জনায়। ঠিক সময়তেই সৰি পৰে প্ৰকৃতিৰ জীৰ্ণ গাত্ৰাভৰণ। প্ৰকৃতিয়ে ক’ত লিখি…