লিকলিকিঃগীতাৰ্থী গোস্বামী

(১ম খণ্ড)  গুম্‌গুম্‌ গু্‌গুম ধুমকৈ ঢোলৰ শবদে আকাশ ফালিলে। লগে লগে ঝেং ঝেংকৈ তালৰ ধ্বনি। গাঁওখনৰ চৌপাশে এক চেপা উত্তেজনা। নাঙঠ পিঙঠ শিশুবোৰ ঢোল – তাল বজোৱা দলটোৰ পিছে পিছে…

অসম গৌৰৱ হৃদয় হাজৰিকাৰ ক্ৰীড়া জীৱনৰ ইটো-সিটো: ড° চিত্ৰলেখা ফুকন

হৃদয় হাজৰিকা সাম্প্ৰতিক বিশ্ব-ক্ৰীড়াজগতৰ এটা চিনাকি নাম। শ্বুটিঙত একাধাৰে কেবাবাৰো বিশ্ব অভিলেখ সৃষ্টি কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা এই গৰাকী অসম সন্তান সমগ্ৰ ৰাজ্যখনৰ বাবেই গৌৰৱৰ পাত্ৰ। তেখেতৰ…

চেটেপ- ডা° বিকাশ বৰুৱা

– অ’ দাদা, পাই গ’লহি৷উচপ খাই উঠিলোঁ৷ কি পালেহি? ক’ৰনা নেকি?নে এম্বুলেন্স? চিবিআই? চান্দা পাৰ্টি..?– এ.. সেইবোৰৰ এটাও নহয়৷ কেলেই, আজি মহালয়া নহয় জানো? দেৱীৰ কথা কৈছোঁ ৷ লক্ষ্মী, সৰস্বতী,…

চিত্ৰবিথীকা

ডঃ অন্জন প্ৰতীম দাস প্ৰাণজিত বৰুৱা

কথোপকথন – উদীচ্য লৌহিত্য

আস্থালিনে ৱমেন হৰলিক্সক ক’লে- : বাইদেৱে ফোনত কথা পাতি থকা শুনিছিলোঁ, আলহী আহিব বোলে! :অ’ হয় নেকি? তেন্তে আমাৰ স্থান সলনি হ’ব কেইদিনমানৰ বাবে! – ৱমেন হৰলিক্সে ক’লে ৷ বিটাডিন,…