বহুধাবিভক্ত আমাৰ ভাৰতীয় সমাজত পৰীক্ষা-কেন্দ্ৰিক আলোচনাবোৰ কেৱল এটা শ্ৰেণীৰ পৰা আন এটা শ্ৰেণীলৈ উত্তীৰ্ণ হৈ যোৱাৰ এডাল পৰম্পৰাগত মাপকাঁঠি বা সাঁকো হৈয়েই থকা নাই৷ বৰঞ্চ শ্ৰেণীকোঠাৰ সৰু কোঠালি এটাত সৃষ্টি…
Author: admin
কভিড-১৯: ড° মিতালী বৰুৱা
কভিড-১৯ , SARS COV-2 নামৰ এবিধ ভাইৰাছএ সৃষ্টি কৰা এটা নতুন ৰোগ। যোৱা ডিচেম্বৰ মাহত চীনৰ য়ুহান প্ৰদেশত হোৱা মহামাৰীত ইয়াক চিনাক্ত কৰা হয় আৰু ভাইৰাছ বিধৰ নাম দিয়া হয়…
অসমীয়া কল্পবিজ্ঞান সাহিত্যঃ এটি অৱলোকন-সত্যেন্দ্ৰ বৰদলৈ
বিজ্ঞানৰ তত্ত্ব আৰু তথ্যক সাহিত্যৰ সৌন্দৰ্য প্ৰদান কৰি সাধাৰণ পাঠকক বিজ্ঞানৰ জ্ঞান প্ৰদান আৰু বিজ্ঞান-মানসিকতা গঢ়ি তুলিবলৈ যত্ন কৰা সাহিত্যকে সাধাৰণ অৰ্থত বিজ্ঞান সাহিত্য বোলা হয়৷ বিজ্ঞান সাহিত্যক প্ৰধানকৈ দুটা…
সোণপানী চৰোৱা সময়: অত্ৰেয়ী গোস্বামী
(কথা-কাঞ্চনৰ সাহিত্য প্ৰতিযোগিতাৰ কবিতাৰ শিতানত প্ৰথম পুৰস্কাৰ প্ৰাপ্ত) সময়ৰ হিচাপ বেহিচাপ সকলো অৰ্থহীন৷ সঁচা কেৱল সময়ৰ দাগ সময়ৰ চোক৷ সময় এক অজুহাত সময়ৰ বোকোচাত থাকে স্মৃতিৰ দুহাত৷ তাত এটা পোটনি…