মৰমৰ……… জানো, ডাকোৱালে এই চিঠি তোমাৰ ঠিকনাত পেলাব নোৱাৰে এয়া মোৰ শব্দৰ বিফল আখৰা মাথোঁ তোমাৰ নামত অহেতুক ব্যস্ততা। আজি কালি মোৰ ৰাতিবোৰ প্ৰায়েই উজাগৰী , জানাই নহয় উজাগৰী ৰাতিবোৰ …
পৰুৱা-অনুভৱ তুলসী
লানি নিছিগা পৰুৱা চবৰে পৃথিৱী পৃথক স্বভাৱ সুকীয়া চৰিত্ৰ সুকীয়া হেঙাৰ আঁতৰাই প্ৰীতিৰ সম্পৰ্ক গঢ়া চব পৰুৱাৰে বয়স হৈছে কোনোৰ চুলিত পক ধৰিছে কোনোৰ চকুত চলিহা দাঁতৰ কথা নকলোৱেই বা…
খং আৰু দুখ বিষয়ক:দাদুল দেৱকৃষ্ণ বৰুৱা
আয়ে কয়— খং উঠিলে মাটিলৈ চাবি পিতায়ে কয়— দুখ লাগিলে তৰা গণিবি আজিকালি লগত খংটো থাকেই আজিকালি দুখ এটা কলিজাত শিপায়েই কিমানবাৰ মাটিলৈ চাইছোঁ জামৰা নাই মৈত উঠা খং কিমান…
বৰালি মাছৰ টেঙা জোল:পম্পী শৰ্মা খাউণ্ড
বৰালি মাছৰ টেঙা জোল । অতীজৰে পৰা আমাৰ মাজত চলি অহা এফাঁকি জনপ্ৰিয় প্ৰবচন প্ৰায়ে শুনিবলৈ পোৱা যায়। পকা তেঁতেলী বুঢ়া বৰালি বিস্তৰ কৰিয়া দিবাহা জালি কাঢ়ি থৈয়া দিবা টেঙ্গা…
শুনা কথাত নিদিবা কাণ, দেখাৰো ল’বা তিনি প্ৰমাণ :-ৰিপুঞ্জয় বৰদলৈ
টিউচন শেষ কৰি মোৰ পৰা বিদায়লৈ মণিয়ে হুৰমূৰকৈ নঙলা ভালকে নুখুলাকৈয়ে ৰিমি আৰু ৰংজালিলৈ বাট নাচাই চাইকেল তীব্ৰগতিত চলাই গ’ল৷ মণি যোৱাৰ ফালে চাই ৰিমি আৰু ৰংজালিয়ে কথাপাতি থকা দেখি…