চলক সহগ আৰু এটা বীজগাণিতিক সমীকৰণ – খনিন্দ্ৰ ভূষণ মহন্ত

                                                            : এনেকুৱা সামান্য কথাবোৰেই যদি তোৰ বোধগম্য নহয়, আগলৈ কি কৰিবি? এইটো গতি হ’লে পাছত নিজেই অসুবিধাত পৰিবি। এজন কৃতি গণিত শিক্ষকৰ ঘৰৰ ল’ৰা হৈ তই যদি এইখন কৰ’,…

pin up pinup

হাত-উৎপলা কৌৰ

নিমিষা অফিচৰ পৰা ওলাই ৰিক্সা এখনত বহে মানে পৃথিৱীখনক ডাঙৰ ছাতি এটাই আৱৰি ধৰাৰ দৰে এন্ধাৰ নামি আহিছিল। সৰু চহৰখনত গৃহমুখী ব্যস্ততা বাঢ়ি আহিছিল। পথৰ কাষত বহা পাচলি, মাছৰ দোকানত…

লুইতৰে পানী যাবি অ বৈ-নিৰ্মালি নয়নতৰা

ৰাজ্য জয়ৰ লোভত ঈশ্বৰৰ সৃষ্টি ধ্বংস কৰিবলৈ ওলাইছিলো! ঈশ্বৰে নসহিলে ৷ সহিব নো কিয়? সামান্য নৰ মনিচে পাহাৰ খহাই পেলাব? মানুহৰ ইমান অহংকাৰ?? -পথালিফোঁটাক বিশ্বাস নকৰিবি ৷ জোঙা ঢোল বজাই…

অৰ্কজা, মাতৃ মেৰী আৰু এটি স্তৱক-মহাশ্বেতা শৰ্মা

(“কথা-কাঞ্চন”ৰ গল্প প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰপ্ৰাপ্ত ।) এক সুমধুৰ সুৰ ভাঁহি আহিছে। যেন এটা গীত। গীতটোৰ কথা বৰ অস্পষ্ট, কি বা গাইছে ঠিক ধৰিব নোৱাৰি। খেলি মেলিকৈ কেইবাটাও মাত । এবাৰ…

ত্ৰিশংকু-পাৰ্থপ্ৰতিম বৰা

 বত্ৰিশ ইঞ্চিৰ মনিটৰটোত  প্ৰকাণ্ড এক্সেল শ্চিট এখন খুলি লৈ বৰুৱা বহি আছে। কাষৰ চকীখনতে একেটা কম্পিউটাৰৰ মনিটৰত চকু ফুৰাই বহি আছে  মধ্যপ্ৰদেশৰ সহকৰ্মী অল্পেশ কুমাৰ। অফিচৰ বৰমুৰীয়াজনৰ নিৰ্দেশমতে সংশ্লিষ্ট মন্ত্ৰণালয়লৈ…