আমাৰ উদেশ্য:
লেখকসকলক মুকলিমনেৰে লিখিবৰ বাবে এখন উমৈহতীয়া ডিজিটেল মঞ্চৰ তৈয়াৰ কৰি পেচাদাৰী লেখক সৃষ্টি কৰা আৰু অসমীয়া ভাষাক বিশ্ব দৰবাৰলৈ লৈ যোৱা।
আমাৰ লক্ষ্য:
– পঢ়ুৱৈক নতুনত্বৰ সোৱাদেৰে আনন্দ প্ৰদান কৰা|
– আমাৰ বিভিন্ন ডিজিটেল প্ৰডাক্টবোৰৰ মাধ্যমেৰে অসমৰ লগতে সমগ্ৰ বিশ্বৰ চুকে – কোণে থকা অসমীয়াভাষী লোকসকলক সংযোগ স্থাপন কৰোৱা।
– সকলো ধৰণৰ, সকলো বয়সৰ লোকসকল যাতে নিজৰ মাতৃভাষাৰ লগত লিখিত তথা দৃশ্য-শ্ৰাব্য মাধ্যমেৰেও পৰিচিত হৈ থাকিব পাৰে।
Vision:
•To create a group of Professional Writers and to take Assamese Language to the Global stage
Mission:
•To enhance the satisfaction of the readers through providing the best quality with new and unique features.
•To connect all the Assamese people all over the world through our different Digital Media Platform.
•To promote the Mother tongue, so that all people of different ages can connect themselves with their native language and native place through reading, listening and watching .