ঘৰ নামৰ ইকৰাৰে ঘেৰা বাকচটোৰ ভিতৰৰ মানুহবোৰৰ মনবোৰ সেমেকি থাকে। প্ৰখৰ ৰ’দেও শুকুৱাব নোৱাৰা দুখৰ শেলায়ে ঘেৰি থাকে সকলোকে। চুখেনক দেখিলে গাঁওখনৰ মানুহবোৰৰো মনত অজান বেজাৰে খেলা কৰে।…
Category: ধাৰাবাহিক
লিকলিকিঃগীতাৰ্থী গোস্বামী
(১ম খণ্ড) গুম্গুম্ গু্গুম ধুমকৈ ঢোলৰ শবদে আকাশ ফালিলে। লগে লগে ঝেং ঝেংকৈ তালৰ ধ্বনি। গাঁওখনৰ চৌপাশে এক চেপা উত্তেজনা। নাঙঠ পিঙঠ শিশুবোৰ ঢোল – তাল বজোৱা দলটোৰ পিছে পিছে…